অসম

ৰাজকন্যা পুৰাণঃ কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰা ভিভাণ্টাই প্ৰশাসনৰ পৰা বিচাৰিছে অতিৰিক্ত সময়…

asomiyapratidin
  • হোটেল ভিভাণ্টালৈ কাৰণ দৰ্শোৱাৰ জাননী কামৰুপ মহানগৰ জিলা প্রশাসনৰ।
  • ১০ অক্টোবৰত হোটেল ভিভাণ্টালৈ জিলা প্ৰাশাসনে প্ৰেৰণ কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী।
  • ২৪ ঘণ্টাৰ ভিতৰত ২ অক্টোবৰ নিশাৰ সমগ্ৰ ঘটনাৰ বিষয়ে কাৰণ দৰ্শোৱাৰ নিৰ্দেশনা প্ৰেৰণ কৰিছিল।
  • ভিভাণ্টা কৰ্তৃপক্ষই অতিৰিক্ত সময় বিচাৰিছে জিলা প্ৰশাসনৰ পৰা।
  • অতিৰিক্ত ৭ দিনৰ সময় বিচাৰিছে ভিভাণ্টাই।
  • উপযুক্ত উত্তৰ নাপালে ভিভাণ্টাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব জিলা প্রশাসনে।