- কিছু সময়ৰ পাছত আত্মসমৰ্পণ কৰিব এনএলএফবিৰ শীৰ্ষ কেডাৰসকলে।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে টুইটাৰত শ্বেয়াৰ কৰিছে এটা ভিডিঅ'।
- এই ভিডিঅ'ত পাহাৰ মাজেৰে আত্মসমৰ্পণৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে কেডাৰ সকল।
- ইফালে, টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে-
- 'এনএলএফবি কেডাৰসকলে মূল সুঁতিলৈ ঘূৰি অহাৰ লগে লগে বিটিআৰত শান্তি আৰম্ভ হৈছে।'
- 'এখন শান্তিপূৰ্ণ অসমৰ দিশে আগবাঢ়িছে।'
- কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকো ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।