- পুৱতি নিশা হোজাইত সংঘঠিত হৈছে জঘন্য হত্যা কাণ্ড।
- বৰহুলা গাঁওৰ ৭ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা।
- ঘটনা সন্দৰ্ভত আটক একে গাঁওৰে জয়প্ৰকাশ কালাৰ ওৰফে মুন্না নামৰ এজন ৩০ বছৰীয়া যুৱকক ।
- নিশা মোমায়েকৰ বিয়া ঘৰৰ পৰা নাইকিয়া হৈছিল ৭ বছৰীয়া কিশোৰী গৰাকী।
- পুৱা গাঁওৰ পাছফালে পথাৰৰ মাজত অৰ্দ্ধ উলংগ, তেজেৰে লুতুৰী পুতুৰী অৱস্থাত উদ্ধাৰ মৃতদেহ।
- ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
- যোগীজান অঞ্চলত ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য।
- হত্যাকাৰী ফাঁচী দাবী স্থানীয় লোকৰ।