হোজাইৰ ২নং কানাবলী টোপ গাঁৱত ৰূপসিং হালোৱা নামৰ লোকজনৰ আক্ৰমণত নিহত এজন যুৱক।নিহত যুৱকজনৰ নাম জগদীশ হালোৱা । কাজিয়াৰ সূত্ৰপাতৰ ফলতে সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। আৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰী ৰূপসিং হালোৱাক।