অসম

হোজাইৰ ৯ খনকৈ ব্যৱাসায়িক প্ৰতিষ্ঠান ভস্মীভূত…

asomiyapratidin
  • হোজাইত বিধ্বংসী অগ্নিকাণ্ড।
  • ধলপুখুৰী পশ্চিম বলুহগুলত সংঘটিত এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত ৯টাকৈ ব্যৱসায় প্রতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত।
  • অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতি।
  • শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্রপাতৰ সন্দেহ।
  • অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।