ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত।হোজাই জিলাৰ লংকাত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ।ঘৰৰ সমীপতে ৰৈ থকাৰ সময়তে লোকজনক আক্ৰমণ কৰে হাতীয়ে।লংকাৰ ২নং পিপলপুখুৰী উদয়পুৰত সংঘটিত হয় এই ঘটনা।বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকজনৰ নাম যতীন শইকীয়া।