হোজাইত বৃহস্পতিবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে এখন এল্ট'।মোৰাঝাৰৰ ৰহমত নগৰত উদ্ধাৰ এল্ট'খন।নিশাৰে পৰা ৰখাই থোৱা আছিল গৰাকীবিহীন এল্ট'খন।আৰক্ষীয়ে উদ্ধাৰ কৰা বাহনখনৰ নম্বৰ এএছ-০২ইউ-৫৭১৯।ঘটনাক কেন্দ্ৰ কৰি চৌধুৰী বজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।