হোজাইৰ ২নং কাকীত ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত নিহত দুজন লোক।দুখন বাইকৰ সংঘৰ্ষৰ ফলত দুজন আৰোহীৰ মৃত্যু।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন তিনিজন লোক।নিহত বাইক আৰোহী দুজনৰ নাম বলিন্দ দাস আৰু উত্পল ডেকা।আহত তিনিওজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।