অসম

১৯৪৭ত ভাৰতলৈ অহা সকলো শৰণাৰ্থীক ভাৰতীয় সংবিধান অনুসৰি নাগৰিকত্ব প্ৰদান কৰা হৈছিলঃ গৃহ মন্ত্ৰী অমিত শ্বাহ…

asomiyapratidin
  • লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।
  • বিধেয়কখন উত্থালন কৰি লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয়-
  • '১৯৪৭চনত ভাৰতলৈ অহা সকলো শৰণাৰ্থীক ভাৰতীয় সংবিধান অনুসৰি নাগৰিকত্ব প্ৰদান কৰা হৈছিল।'
  • 'দেশৰ চাগে কোনো এটা প্ৰান্ত এনে নাছিল য'লৈ পশ্চিম আৰু পূব পাকিস্তানৰ পৰা অহা শৰণাৰ্থী অহা নাছিল।'
  • 'ড০ মনমোহন সিঙৰ পৰা এল কে আদৱানীলৈকে সকলো এই শ্ৰেণীৰে লোক।'