অসম

ড০ হীৰেন গোহাঁইৰ ওপৰত ৰুজু হোৱা দেশদ্ৰোহিতাৰ গোচৰৰ জামিন আবেদন

asomiyapratidin
  • ড০ হীৰেন গোহাঁইৰ ওপৰত ৰুজু হোৱা দেশদ্ৰোহিতাৰ গোচৰৰ জামিন আবেদন।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদন মনজিৎ মহন্ত আৰু অখিল গগৈৰো।
  • ২ বজাত হ'ব উচ্চ ন্যায়ালয়ত আৱেদনৰ শুনানি।
  • লতাশিল আৰক্ষীয়ে বৃহস্পতিবাৰে ৰুজু কৰিছিল গোচৰ।