অসম

সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই…

asomiyapratidin
  • ৰাজভৱনলৈ ৰাওনা হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল ।়
  • কেন্দ্ৰীয় নেতৃত্বও উপস্থিতিত থাকে ৰাজভৱনত ।
  • চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰিব চৰকাৰ গঠনৰ বাবে ।
  • সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই ।
  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'ব শপত গ্ৰহন অনুষ্ঠান ।