- পুৱাই তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত সেৱা জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- মোডীৰ আগমনৰ পূৰ্বে মহাদেৱৰ আশিস ল'লে হিমন্ত বিশ্ব শৰ্মাই।
- 'প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ ফলত অসমত বিজেপিয়ে আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিব।'
- তেজপুৰত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।