- অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
- তেওঁৰ কিডনীত পোৱা গৈছে পাথৰ।
- প্ৰচণ্ড পেটৰ বিষত ভোগাৰ বাবে কৰা হৈছিল ইউএছজি।
- জিএমচিত ইউএছজি কৰাৰ পাছতে কিডনীত পাথৰ থকাৰ কথা পোহৰলৈ আহে।
- কোৰোনাৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাৰ মাজতে মন্ত্ৰীগৰাকীৰ কিডনীত ধৰা পৰে পাথৰ।
- এতিয়া চেলাইন আৰু বেজী লৈছে মন্ত্ৰীগৰাকীয়ে।
- তেওঁ আজিৰ দিনটো জিৰণি ল'ব বুলিও সদৰি কৰিছে।