অসম

নিশা হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন বিমানতে গুৱাহাটীলৈ আহিব বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক…

asomiyapratidin
  • দেওবাৰে হ'ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক।
  • বিধায়িনী দলৰ পৰ্যবেক্ষক বি এল সন্তোষ, অৰুণ সিং হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন বিমানত গুৱাহাটীলৈ আহিব দেওবাৰে ।
  • শনিবাৰে নিশা ১১ বজাত তেওঁলোক আহি পাবহি গুৱাহাটী।
  • সৰ্বানন্দ সোণোৱাল আগতীয়াকৈ অসমলৈ উভতিছে ।
  • নিশা ৮.৩০ বজাত গুৱাহাটী পাবহি মুখ্যমন্ত্ৰী সোণোৱাল।