- ১১ ছেপ্তেম্বৰত স্ব-গৃহলৈ যাব স্বৰ্ণ কন্যা হিমা দাস।
- সৰুসজাইত সংবাদমেলত জনালে হিমাই।
- 'মা-দেউতাক বহুদিন ভালকৈ লগ পোৱা নাই, নগাঁও-ধিঙৰ মানুহবোৰক বহুদিন দেখা নাই।'
- 'মা-দেউতাক সময়ে দিব পৰা নাই, বেয়া লাগি আছে বহুত।'
- ঘৰৰ পৰা আহি প্ৰশিক্ষণলৈ কেতিয়া যাব সেই সিদ্ধান্ত ল'ব, জনালে হিমাই।
- এইকেইদিন গুৱাহাটীতে থাকিব স্বৰ্ণ কন্যা।