অসম

কমনৱেলথ গেমছ: ০.০১ ছেকেণ্ডৰ ব্যৱধানত পৰাজিত হিমা দাস…

asomiyapratidin
  • কমনৱেলথ গেমছৰ ফাইনেলত প্রৱেশত ব্যৰ্থ হিমা দাস।
  • ছেমি ফাইনেলত দশম স্থান লাভ কৰাৰ বাবে ফাইনেলত প্ৰৱেশত ব্যৰ্থ।
  • ০.০১ ছেকেণ্ডৰ ব্যৱধানত পৰাজিত হিমা।
  • আজি পুনৰ ৪x১০০ ৰীলেত অংশগ্ৰহণ কৰিব হিমাই।