- হিজবুল মুজাহিদ্দিনৰ লগত সম্পৰ্ক থকাৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ।
- হোজাইৰ যমুনামুখৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লোকজনক।
- গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ছাহনেৱাজ আলম।
- কমৰুদ্দিনৰ সৈতে সম্পৰ্ক আছিল ছাহনেৱাজৰ।
- নীলবাগানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছাহনেৱাজক।
- বৃহস্পতিবাৰে কামপুৰত গ্ৰেপ্তাৰ কৰা হৈছিল কমৰুদ্দিনক।
- এই সূত্ৰৰ পমখেদি আজি গ্ৰেপ্তাৰ কৰা হৈছে ছাহনেৱাজক।