২৫ জুনত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।পুৱা ৯ বজাত ঘোষণা কৰা হ'ব ফলাফল।পূৰ্বৰ দৰে থাকিব বুকলেট।ফলাফল ঘোষণাৰ কৰা ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয়ত লাভ কৰিব মাৰ্কশ্বিট আৰু চৰ্টিফিকেট।ইয়াৰ উপৰি ৱেবচাইটযোগে লাভ কৰিব ফলাফল।