অসম

মাউণ্ট এভাৰেষ্ট জয় কৰিলে অসমৰ হেদায়েট আলীয়ে…

asomiyapratidin
  • বিশ্বৰ সৰ্বোচ্চ শৃংগৰ শিখৰত আৰোহণ এগৰাকী অসমীয়াৰ।
  • মাউণ্ট এভাৰেষ্ট জয় কৰিলে অসমৰ হেদায়েট আলীয়ে।
  • বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত আৰোহণ কৰে হেদায়েট আলীয়ে।
  • এভাৰেষ্টৰ শিখৰত আৰোহণ কৰা হেদায়েট আলী সপ্তম গৰাকী অসমীয়া।
  • বৰ্তমান কেলিফ'ৰ্ণিয়াত থাকে হাজোৰ হেদায়েট আলী।
  • চিলিকণ ভেলীত ছফটৱেৰ অভিযন্তা হেদায়েট আলী।