অসম

হাটশিঙিমাৰীত দুৰ্ঘটনা, পিকআপ ভেনৰ খুন্দাত নিহত এজন…

asomiyapratidin
  • হাটশিঙিমাৰীত পিক আপ ভেনৰ খুন্ধাত নিহত এজন পথচাৰী।
  • নিহত লোকজনৰ নাম ছাইফুল ইছলাম।
  • অসম-মেঘালয় সীমান্তবৰ্তী বৰঝোৰা গাঁৱত এই দুৰ্ঘটনা সংঘটিত হৈছে।
  • লোকজন ঘৰৰ পৰা ওলাই পথ পাৰ হৈ থকা অৱস্থাত দ্ৰুত বেগী পিক আপ ভেন খনে খুন্দিয়াই লোকজনক।
  • দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে পলায়ন কৰে ভেন খনে।