অসম

হাতীগাঁৱত ৰাজহুৱা সম্পত্তি ধ্বংস কৰা দুস্কৃতিকাৰীৰ দলক আটক ৰাইজৰ

asomiyapratidin
  • হাতীগাঁৱত দুস্কৃতিকাৰীক আটক ৰাইজৰ।
  • আটক কৰি গতাই দিলে আৰক্ষীক।
  • দোকানৰ সামগ্ৰী ভাঙি দোকান ভাঙিবলৈ চেষ্টা কৰিছিল দুস্কৃতিকাৰীয়ে।
  • ৰাইজে প্ৰত্যক্ষ কৰি যুৱকসকলক আটক কৰে।
  • তেওঁলোকে ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছিল।