অসম

হাতীগাঁৱত খিলঞ্জীয়া মঞ্চ অসমৰ কাৰ্যালয়ত আলোচনা চক্ৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বিশ্ব খিলঞ্জীয়া দিৱস উপলক্ষ্যে দেওবাৰে হাতীগাঁৱৰ খিলঞ্জীয়া মঞ্চ অসমৰ কাৰ্যালয়ত আলোচনা চক্ৰ।অনুপ চেতিয়াই সঞ্চালনা কৰা অসমত খিলঞ্জীয়াৰ ভৱিষ্যৎ শীৰ্ষক আলোচনা সভাখনিত আলোচনক হিচাবে উপস্থিত থাকে কাৰ্বী নেতা হলিৰাং তেৰাং আৰু তিৱা নেতা তথা শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যাপক মানস বৰদলৈ। প্ৰায় অৰ্ধশতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনিত অসমত খিলঞ্জীয়াৰ ভৱিষ্যতৰ সন্দৰ্ভত ভালেকেইটা তত্বগধূৰ বিষয় আলোচনা কৰা হয়।