হৰিশিঙাৰ বিস্ফোৰণৰে জড়িত এজন যুৱকক গ্ৰেপ্তাৰ।বিএফডিএন নামৰ এটা সংগঠনৰ নেতা যুৱকজনক।গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম বিনোদ বড়ো।'যুৱকজনে ১ ডিচেম্বৰত কামাখ্যা-ডেকাৰগাঁও এক্সপ্ৰেছত সংঘটিত কৰিছিল বিস্ফোৰণ।'এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ।