হাজোত শোকাৱহ ঘটনা।দিহিনাত সলিলসমাধি ঘটিছে কিশোৰীৰ।ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছা পৰা দেখিবলৈ পোৱা গৈছে।মৰাজান নৈত পৰি সলিলসমাধি কিশোৰীগৰাকীৰ।নিভা দাস নামৰ কিশোৰীগৰাকী ৮ বছৰ বয়সৰ বুলি জানিব পৰা গৈছে।উদ্ধাৰ কৰা হৈছে মৃতদেহ।