অসম

হাজোত সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

asomiyapratidin
  • হাজোত সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • কুলহাটীত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বিলাতী সুৰা।
  • ২৬০টা সুৰাৰ বটল জব্দ কৰে আৰক্ষীয়ে।
  • আৰক্ষীয়ে আটক কৰে কৈলাস দাস নামৰ এজন লোকক।
  • জব্দ হোৱা সুৰাখিনিৰ প্ৰায় ৫০ হাজাৰ টকাৰ হ'ব বুলি অনুমান।