হাজোত প্ৰচণ্ড মাৰপিটৰ ঘটনা ।কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত ।অনুমতি অবিহনে ভোট কেন্দ্ৰত প্ৰৱেশ কৰাৰ অভিযোগ ।বিজেপিৰ বিৰুদ্ধে অভিযোগ আনিলে কংগ্ৰেছে।বহুসময় ধৰি উত্তপ্ত পৰিস্থিতি ভোটকেন্দ্ৰটোত।