হাইলাকান্দি

হাইলাকান্দিৰ কাটলিছড়াত ড্ৰাগছসহ আটক এজনক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ

  • আৰক্ষীৰ অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্রাগছ সৰবৰাহ ।

  • হাইলাকান্দিৰ কাটলিছড়াত ২০ হাজাৰ য়াবা টেবলেট জব্দ ।

  • ড্রাগছসহ আটক হুছেন লস্কৰ নামৰ সৰবৰাহকাৰীক ।

  • জব্দকৃত য়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্রায় ১ কোটি টকা ।