হাইলাকান্দিৰ যুৱ কংগ্ৰেছৰ সভাপতিক সাময়িকভাৱে বহিষ্কাৰ...
হাইলাকান্দিৰ যুৱ কংগ্ৰেছৰ সভাপতিক সাময়িকভাৱে বহিষ্কাৰ... 
হাইলাকান্দি

হাইলাকান্দিৰ যুৱ কংগ্ৰেছৰ সভাপতিক সাময়িকভাৱে বহিষ্কাৰ...

Asomiya Pratidin
  • কংগ্ৰেছৰ পৰা বহিষ্কাৰ ছহিদুল ইছলামক।

  • ছহিদুল হাইলাকান্দিৰ যুৱ কংগ্ৰেছৰ সভাপতি।

  • সাময়িকভাৱে বহিষ্কাৰ কৰা হৈছে ছহিদুলক।

  • দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে এই সিদ্ধান্ত।

  • কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমদ চৌধুৰীৰ বিৰুদ্ধে প্ৰকাশ কৰিছিল ক্ষোভ।

  • ইয়াৰ পিছতে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

  • প্রদেশ কংগ্রেছৰ সাংগঠনিক সাধাৰণ সম্পাদিকাৰ জাননীৰ জৰিয়তে বহিষ্কাৰ ছহিদুলক।