হাইলাকান্দি

হাইলাকান্দিৰ পাচগ্রামত ৩০ লাখ টকাৰ হেৰ’ইন জব্দ

Asomiya Pratidin
  • হাইলাকান্দিৰ পাচগ্রামত ৩০ লাখ টকাৰ হেৰ’ইন জব্দ

  • এখন i10 বাহনৰ পৰা জব্দ ড্রাগছখিনি

  • আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দুই ড্রাগছ সৰবৰাহকাৰীক

  • বাপ্পন উদ্দিন মজুমদাৰ আৰু মুস্তাক আহমেদ চৌধুৰীক গ্রেপ্তাৰ

  • গুৱাহাটীত পঞ্জীয়নভুক্ত বানহখনেৰে ড্রাগছ সৰবৰাহ কৰিছিল