- হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি নিযুক্তি।
- জয়নাল উদ্দিন লস্কৰক এই পদত নিযুক্তি দিলে কংগ্ৰেছে।
- পূৰ্বে এই পদত আছিল ৰাহুল ৰয়।
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰি পদত্যাগ কৰিছিল ৰাহুল ৰয়ে।
- প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নিযুক্তি দিলে জয়নাল উদ্দিন লস্কৰক।