অসম

হাইলাকান্দিত বাতিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অনুষ্ঠান

asomiyapratidin
  • প্ৰতিকূল বতৰৰ বাধা।
  • হাইলাকান্দিত বাতিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অনুষ্ঠান।
  • বৰ্নাপুৰ চাহ বাগিচাত আছিল মুখ্যমন্ত্ৰীৰ অনুষ্ঠান।
  • অনুষ্ঠানৰ বাবে কৰা হৈছিল সকলো প্ৰস্তুতি।
  • জনসভাত অংশ লোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।