হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তত বিস্ফোৰণ। বিস্ফোৰণৰ ফলত এটা মছজিদৰ যথেষ্ট ক্ষতিসাধন। নিশা সীমান্তৰ কচুৰথলত সংঘটিত হৈছে এই ঘটনা।বিস্ফোৰণত হতাহত হোৱা নাই কোনো লোক। ঘটনাত মিজোৰামৰ দুৰ্বৃত্ত জড়িত থকাৰ সন্দেহ।