হাইলাকান্দি আৰক্ষীৰ জালত পৰিছে ২ ৰহিংগ্যা।.ধৃত ৰহিংগ্যা ২ জনৰ নাম আবুল হালিম আৰু লুবেদা বেগম।. আৰক্ষীয়ে ৰহিংগ্যা দুজনক অব্যাহত ৰাখিছে জেৰা। . ম্যানমাৰৰ মণ্ডু থানাৰ কুঙ্কাৰপাড়াত ঘৰ ৰহিংগ্যা দুজনৰ। .ধলছেড়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে।