অসম

গোৱালপাৰাত পিষ্টলসহ মফিদুল ইছলাম আৰু আজিজুৰ ৰহমান নামৰ দুজন লোকক আটক সেনাৰ

asomiyapratidin
  • গোৱালপাৰাত পিষ্টলসহ আটক কৰা হৈছে দুজন লোকক।
  • সেনাই আটক কৰিছে লোক দুজনক।
  • লোক দুজন মফিদুল ইছলাম আৰু আজিজুৰ ৰহমান বুলি চিনাক্ত।
  • তেওঁলোকৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এটা ৭.৬৫ এম এম পিষ্টল।
  • লক্ষীপুৰৰ গোৰ্খা ৰেজিমেন্টে আটক কৰিছে লোক দুজনক।
  • আটক হোৱা মফিদুলৰ ঘৰ কৃষ্ণাইত আৰু আজিজুৰ ঘৰ কাটাৰীহাৰাত বুলি জানিব পৰা গৈছে।