অসম

দুষ্টচক্ৰৰ চকু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবচাইটত! সংলগ্ন কৰিলে অশ্লীল ৱেবচাইটৰ লিংক

asomiyapratidin
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবচাইট হেক।
  • কোনো দুষ্টচক্ৰই হেক কৰিছে বিশ্ববিদ্যালয়খনৰ ৱেবচাইটটো।
  • ৱেবচাইটটোত দিয়া হৈছে অশ্লীল ৱেবচাইটৰ লিংক।
  • আগন্তুক পৰীক্ষাৰ প্ৰশ্নকাকত বুলিও দিয়া আছে অন্য এটা লিংক।