guwahati
guwahati 
অসম

গুৱাহাটীৰ ভঙাগড়ত চিকিৎসা বিজ্ঞানৰ ছাত্রীৰ আত্মহত্যা...

Asomiya Pratidin
  • গুৱাহাটীৰ ভঙাগড়ত যুৱতীৰ আত্মহত্যা।

  • ভঙাগড়ৰ চিলাৰায় পথৰ SBI কলনীত সংঘটিত হৈছে এই ঘটনা।

  • চিকিৎসা বিজ্ঞানৰ ছাত্রী আছিল যুৱতীগৰাকী

  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী

  • কি কাৰণত আত্মহত্যাৰ পথ বাচি ল'লে সেই কথা জানিব পৰা হোৱা নাই।