- মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড।
- পল্টনবজাৰত কাৱাৰপট্টিত বিধ্বংসী অগ্নিকাণ্ড।
- অপ্সৰা ছবিগৃহৰ পিছফালে অগ্নিকাণ্ড।
- জুই নিৰ্বাপন কৰাৰ চেষ্টা।
- ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ লোক।
- বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই জুই।
- প্ৰায় ২০ টা ঘৰ জাহ গৈছে জুইত।
- বৰ্তমান লৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।
- ঘটনাস্থলীত উপস্থিত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য।