- এতিয়াৰে পৰা বাইক চালকৰ লগতে আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট।
- বাইক চালক আৰু আৰোহীৰ হেলমেট পৰিধান বাধ্যতামূলক কৰিছে পৰিবহন বিভাগে।
- এই নিয়ম পালন নকৰিলে ভৰিব লাগিব জৰিমনা।
- কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা।
- নতুন নিৰ্দেশনা অনুসৰি এই নিয়ম উলংঘন কৰা ব্যক্তিয়ে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা।
- আনহাতে নিয়ম উলংঘন কৰা ব্যক্তিসকলৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ।
- কামৰূপ মহানগৰ জিলাত দুৰ্ঘটনা ৰোধ কৰিবৰ বাবেই এই নতুন নিৰ্দেশনা।