মহানগৰীত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড।বামুণীমৈদামৰ শীতলাবাৰীত এই হত্যাকাণ্ড।মৃত লোকজন কাজল চন্দ্র দাস বুলি চিনাক্ত কৰা হৈছে।দুৰ্বৃত্তই ডিঙি কাটি পেলাই থৈ গ'ল লোকজনক।দেওবাৰে সন্ধিয়াৰ পৰা নিখোঁজ হৈ আছিল লোকজন।