গুৱাহাটীৰ পানীখাইতিত অঘটন।নাৱৰ পৰা বাঢ়নী পানীত পৰি নিখোজ এজন যুৱক।নিখোজ হৈ থকা যুৱকজন চন্দ্র নম: শূদ্র।পানীখাইটিৰ তিনিটুকুৰাত মাছ মাৰিবলৈ গৈ এই অঘটন।ঘটনাস্থলীত উপস্থিত পানীখাইতি আৰক্ষী, SDRF।