অসম

গুৱাহাটীৰ মাছখোৱাত ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক

asomiyapratidin
  • গুৱাহাটীৰ মাছখোৱাত বহু পৰিমাণৰ ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক।
  • ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম নিছাদ আলী শ্বাহ ওৰফে নাদিম।
  • মাছখোৱাৰ এফ এ ৰোডত অপৰাধ অনুসন্ধান শাখা আৰু আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ ড্ৰাগছ।
  • ধৃত নাদিমৰ পৰা নগদ ২২,৮৭০টকা আৰু ৮টা ম'বাইল ফোন।