অসম

জ্যেষ্ঠ সাংবাদিক প্ৰকাশ ঝাৰ মৃত্যু…

asomiyapratidin
  • বিশিষ্ট সাংবাদিক প্ৰকাশ ঝাৰ দেহাৱসান।
  • গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় জ্যেষ্ঠ সাংবাদিকজনৰ।
  • প্ৰকাশ ঝাৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাৱ, প্ৰেছ ক্লাৱ অসমৰ লগতে বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।
  • দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল সাংবাদিকজন।