অসম

গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-শ্ৰীলংকাৰ টি-২০ মেচ…

asomiyapratidin
  • অসমৰ ক্ৰীড়াপ্ৰেমী সকলৰ বাবে এটা ভাল খবৰ।
  • আকৌ গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল।
  • ৫ জানুৱাৰীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই খেলখন।
  • ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হব টি–২০ খেলখন।