অসম

গোৱালপাৰাৰ শোলমাৰীত ১৫ বছৰীয়া কিশোৰৰ সলিলসমাধি

asomiyapratidin
  • গোৱালপাৰাৰ শোলমাৰীত ১৫ বছৰীয়া এটি কিশোৰৰ সলিলসমাধি।
  • মৃত কিশোৰটিৰ নাম মিজানুৰ ৰহমান।
  • গা ধুবলৈ গৈ বুৰ গৈছিল লুইতত।
  • স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো।