- গোৱালপাৰাৰ ৰংজুলিৰ শিমলীতোলাত বলাত্কাৰত অভিযুক্ত এজনক গ্ৰেপ্তাৰ।
- এটি ৬ বছৰীয়া শিশুক বলাত্কাৰ কৰি হত্যা কৰা অভিযোগত গ্ৰেপ্তাৰ কালু মুণ্ডা নামৰ লোকজন।
- ধাননি পথাৰত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ।
- গামোচাৰে ডিঙি চেপি হত্যাৰ সন্দেহ শিশুটিক।
- ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল কালু মুণ্ডা।