অসম

গোৱালপাৰাত বন্ধ সমৰ্থকক আটক

asomiyapratidin
  • গোৱালপাৰাত বন্ধ সমৰ্থকক আটক।
  • ছাত্ৰ মুক্তিৰ জিলা সভাপতি আমিনুল হক, কাৰ্যকৰী সভাপতি হুছেইন আহমেদ মাদানী,উপ সভাপতি জাকিৰ হুছেইন সহ কেইবাজনকো আটক।
  • গোৱালপাৰা সদৰ আৰক্ষীয়ে আটক কৰে বন্ধ সমৰ্থকসকলক।