গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত পৰিছে দুই হত্যাকাৰী।হাৰমতিৰ ৰবি দাস নামৰ চালকক হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দুজনক।অভিযুক্তদ্বয়ৰ নাম ৰফিকুল ইছলাম আৰু মোস্তাফিজুৰ।অভিযুক্ত দুই হত্যাকাৰীক সোধা-পোছা অব্যাহত আৰক্ষীৰ।