অসম

গোৱালপাৰাত অস্ত্ৰধাৰীৰে এনকাউণ্টাৰঃ গুলীবিদ্ধ এজন…

asomiyapratidin
  • গোৱালপাৰাৰ কুমৰীত অস্ত্ৰধাৰী যুৱকেৰে আৰক্ষীৰ এনকাউণ্টাৰ।
  • অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলিছিল অভিযান।
  • আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা পিষ্টল।
  • জাকিৰ সিকদাৰ নামৰ অস্ত্ৰধাৰীজনক গুলীবিদ্ধ অৱস্থাত আটক।
  • তিনিটা গুলী লগা সিকদাৰক গোৱালাপাৰা অসামৰিক হাস্পাতালত ভৰ্তি।