গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেতা গোবিন্দা।ফিল্মফেয়াৰ অনুষ্ঠানত অংশ লব তেওঁ।বৰঝাৰত উপস্থিত হৈ ক'লে, অসমৰ এই মাটিক প্ৰণাম কৰিছো।পূজা-পাৰ্থনাৰ বাবে ইয়ালৈ আহো।প্ৰথমবাৰৰ বাবে অসমত এনে এটা অনুষ্ঠান হৈছে, ভাল লাগিছে।আয়োজকক ধন্যবাদ অভিনেতা গোবিন্দাৰ।