অসম

DRIৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং সোণ

asomiyapratidin
  • DRIৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং সোণ।
  • ডিমাপুৰ আৰু গুৱাহাটীত জব্দ সোণখিনি।
  • ভাৰত-ম্যানমাৰ সীমান্তইদি সৰবৰাহ হৈছিল সোণখিনি।
  • দুখন টেংকাৰ আৰু ট্রাকত অনা হৈছিল সোণখিনি।
  • জব্দকৃত সোণখিনিৰ ওজন ১৫.৯৩ কিলোগ্রাম।
  • সোণখিনিৰ বজাৰ মূল্য প্রায় ৮.৩৮ কোটি টকা।